প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে মহাত্মা জ্যোতিবা ফুলেক তেওঁৰ জয়ন্তীত শ্ৰদ্ধা তৰ্পণ কৰে
পোষ্ট কৰা হৈছে:
11 APR 2023 9:28AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহান সমাজ সংস্কাৰক মহাত্মা জ্যোতিবা ফুলেক তেওঁৰ জয়ন্তীত শ্ৰদ্ধা তৰ্পণ কৰে। শ্ৰী মোদীয়ে সামাজিক ন্যায় আৰু দলিতসকলক সবল কৰাত তেওঁৰ মহান যোগদানৰ কথাও স্মৰণ কৰে। শ্ৰী মোদীয়ে এটা ভিডিঅ' ক্লিপৰ মাধ্যমত মহাত্মা জ্যোতিবা ফুলে সন্দৰ্ভত নিজৰ বিচাৰো শ্বেয়াৰ কৰে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে;
"মহাত্মা ফুলেৰ জয়ন্তীত, মই তেওঁক নমন কৰিছো আৰু সামাজিক ন্যায় তথা দলিতসকলক সবল কৰাত তেওঁৰ মহান যোগদানক স্মৰণ কৰিছো। তেওঁৰ বিচাৰধাৰাই লাখ লাখ লোকক আশা আৰু শক্তি দিয়ে।"
**********
DS/ST
(ৰিলিজ আই ডি : 1915505)
অতিথি কক্ষ : 182
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam