প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

আয়ুষ্মান ভাৰত আঁচনি দৰিদ্ৰলোকৰ বাবে এক সুৰক্ষাকবচ: প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 07 APR 2023 7:04PM by PIB Guwahati

প্ৰধানমন্ত্ৰীয়ে কয় যে আয়ুষ্মান ভাৰত যোজনা দেশৰ দৰিদ্ৰ ভাই-ভনীসকলৰ বাবে আশীৰ্বাদতকৈ কম নহয়।

আয়ুষ্মান ভাৰত সংক্ৰান্তীয় এক ভিডিঅ' শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে এক টুইটযোগে কয়; - "আয়ুষ্মান ভাৰতে আমাৰ দৰিদ্ৰ ভাই-ভনীসকলৰ চিকিৎসা ব্যয়ৰ চিন্তা দূৰ কৰিছে। যিদৰে এই আঁচনিখন তেওঁলোকৰ বাবে এক সুৰক্ষা কবচ হৈ পৰিছে, ই এক আশীৰ্বাদতকৈ কোনোগুণে কম নহয়। "

***

DS/TS


(रिलीज़ आईडी: 1915031) आगंतुक पटल : 156
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam