প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মুখ্য বন্দৰসমূহৰ দ্বাৰা নতুন অভিলেখ স্থাপনক উচ্চ প্ৰসংশা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 04 APR 2023 10:24AM by PIB Guwahati

২০২২-২৩ বিত্তীয় বৰ্ষত বছৰি ১০.৪ শতাংশ বৃদ্ধিৰ সৈতে বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনৰ মুখ্য বন্দৰসমূহে কাৰ্গো পৰিচালনাৰ লক্ষ্য অতিক্ৰম কৰি নতুন অভিলেখ স্থাপন কৰাক লৈ আনন্দ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

দেশৰ মুখ্য বন্দৰসমূহে ৭৯৫ মিলিয়ন মেট্ৰিক টন কাৰ্গো পৰিচালনা কৰাটো এক ঐতিহাসিক সাফল্য বুলিও তেওঁ উল্লেখ কৰে।

উক্ত সাফল্য সন্দৰ্ভত মন্ত্ৰালয়ৰ টুইটৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

"আশ্চৰ্যজনক।"

****

DS/ST


(रिलीज़ आईडी: 1914310) आगंतुक पटल : 147
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam