প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জন্ম বাৰ্ষিকীত বাবু জগজীৱন ৰামলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাৰ্ঘ্য

পোষ্ট কৰা হৈছে: 05 APR 2023 10:53AM by PIB Guwahati

জন্ম বাৰ্ষিকীত বাবু জগজীৱন ৰাম জীলৈ শ্ৰদ্ধাৰ্ঘ্য নিৱেদন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। এক ‘টুইট’ত প্ৰধানমন্ত্ৰীয়ে কয়;

“স্বাধীনতা আন্দোলনৰ সক্ৰিয় সেনানী প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী বাবু জগজীৱন ৰাম জীলৈ তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি নিৱ্দেন কৰিছো। সমাজৰ বঞ্চিত শ্ৰেণীসমূহৰ বিকাশক মুখ্যধাৰাৰে সংযোজিত  কৰাৰ বাবে তেওঁ কৰা প্ৰয়াস সদায়ে প্ৰেৰণাৰ উত্স হৈ ৰ’ব”।

****

DS/ST/KB


(ৰিলিজ আই ডি : 1914287) অতিথি কক্ষ : 148