প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে পদ্ম বঁটা অনুষ্ঠানত ভাগ লয়

পোষ্ট কৰা হৈছে: 05 APR 2023 10:21PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰপতি ভৱনত পদ্ম বঁটা অনুষ্ঠানত ভাগ লয়।

এটা টুইটত, প্ৰধানমন্ত্ৰীয়ে কয়;

"আজিৰ পদ্ম বঁটা অনুষ্ঠান আছিল জনসাধাৰণৰ মাজত উৎকৃষ্ট কাম কৰি থকা উত্তম বঁটা প্ৰাপকসকলৰ সৈতে বাৰ্তালাপ কৰাৰ আন এক মহান সুযোগ।"

**********

DS/SH


(ৰিলিজ আই ডি : 1914273) অতিথি কক্ষ : 147