প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভূটানৰ ৰজা মহামহিম জিগমে খেচাৰ নামগৱেল ৱাংচুকৰে মিলিত প্ৰধানমন্ত্ৰী
পোষ্ট কৰা হৈছে:
04 APR 2023 5:59PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীস্থিত তেখেতৰ বাসগৃহত ভূটানৰ ৰজা মহামহিম জিগমে খেচাৰ নামগৱেল ৱাংচুকৰ সৈতে মিলিত হয়।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰেঃ
"ভূটানৰ ৰজা মহামহিম জিগমে খেচাৰ নামগৱেল ৱাংচুকৰে মিলিত হৈ আনন্দিত হৈছোঁ। আমি এক সৌহাদ্যপূৰ্ণ আৰু ফলপ্ৰসূ বৈঠকত মিলিত হওঁ। আমাৰ ঘনিষ্ঠ বন্ধুত্ব আৰু ভাৰত-ভূটানৰ সম্পৰ্কক নতুন শিখৰত উপনীতকৰণত গুৰুত্ব আৰোপ কৰো।"
****
DS/ST/SB
(ৰিলিজ আই ডি : 1914246)
অতিথি কক্ষ : 167
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam