ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

ভাৰতৰ ৰাষ্ট্ৰপতিয়ে অসামৰিক অলংকাৰ অনুষ্ঠানত ২০২৩ বৰ্ষৰ পদ্ম বঁটা প্ৰদান কৰে

प्रविष्टि तिथि: 05 APR 2023 7:36PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মূৱে আজি সন্ধিয়া (৫ এপ্ৰিল, ২০২৩) ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত অসামৰিক অলংকাৰ অনুষ্ঠান-২ ত ২০২৩ বৰ্ষৰ বাবে ৩ টা পদ্ম বিভূষণ, ৫ টা পদ্মভূষণ আৰু ৪৭ টা পদ্মশ্ৰী বঁটা প্ৰদান কৰে।

অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল ভাৰতৰ উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী।

 

অনুষ্ঠানত বঁটা প্ৰাপ্ত সকলৰ তালিকা সংলগ্ন কৰা হৈছে

***

DS/AK/MM


(रिलीज़ आईडी: 1914057) आगंतुक पटल : 519
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Punjabi , Gujarati , Tamil , Telugu , Kannada