প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পোপ ফ্ৰান্সিছৰ আশু আৰোগ্য কামনা প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 31 MAR 2023 9:11AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পোপ ফ্ৰান্সিছৰ সুস্বাস্থ্য আৰু দ্ৰুত আৰোগ্য কামনা কৰে।

পোপৰ এটা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰে:

"পোপ ফ্ৰান্সিছৰ সুস্বাস্থ্য আৰু দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছো।"

***

DS


(ৰিলিজ আই ডি : 1913068) অতিথি কক্ষ : 111