প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

দেশবাসীক নৱৰাত্ৰিৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 22 MAR 2023 10:48AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰি উপলক্ষে আজি দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ টুইটত কয়:

"আপোনালোক সকলোকে নৱৰাত্ৰিৰ শুভেচ্ছা জনাইছো। শ্ৰদ্ধা আৰু ভক্তিৰ এই পৱিত্ৰ অনুষ্ঠানটোৱে দেশবাসীৰ জীৱনক সুখ আৰু সৌভাগ্যৰে আলোকিত কৰক। জয় মাতা দি!"

***

DS


(ৰিলিজ আই ডি : 1913067) অতিথি কক্ষ : 137