প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জয়ন্তীত পৰম পূজ্য ড০ শ্ৰী শ্ৰী শ্ৰী শ্ৰী শিৱকুমাৰ স্বামীগালুৰ প্ৰতি প্ৰণিপাত জনাইছে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
01 APR 2023 9:12AM by PIB Guwahati
পৰম পূজ্য ড০ শ্ৰী শ্ৰী শ্ৰী শিৱকুমাৰ স্বামীগালুৰ জয়ন্তীৰ বিশেষ উপলক্ষত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এই সন্দৰ্ভত কৰা ‘টুইট’ত প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে;
"তেওঁৰ জয়ন্তীৰ বিশেষ উপলক্ষত মই পৰম পূজ্য ড০ শ্ৰী শ্ৰী শ্ৰী শিৱকুমাৰ স্বামীগালুক প্ৰণাম জনাইছো। তেওঁ লাখ লাখ লোকৰ মাজত গভীৰ প্ৰভাৱ পেলাইছিল। তেওঁ সদায় সমাজৰ সেৱা আৰু জনসাধাৰণক সবল কৰাৰ বাবে সৰ্বাধিক গুৰুত্ব দিছিল। আমি সদায় তেওঁৰ সপোনবোৰ পূৰণ কৰিবলৈ কাম কৰি যাম।"
****
DS/ST/KB
(रिलीज़ आईडी: 1912983)
आगंतुक पटल : 152
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam