প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে অ’ডিএফ+ মডেল শ্ৰেণীৰ মৰ্যাদা লাভ কৰাৰ বাবে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, লাক্ষাদ্বীপ, দাদৰা আৰু নগৰ হাভেলীক প্ৰশংসা কৰে
পোষ্ট কৰা হৈছে:
01 APR 2023 9:18AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, লাক্ষাদ্বীপ, দাদৰা আৰু নগৰ হাভেলীৰ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ দ্বাৰা এক পৰিষ্কাৰ ভাৰত গঢ়ি তোলাৰ উল্লেখনীয় প্ৰতিশ্ৰুতিৰ প্ৰশংসা কৰে।
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতে কৰা টুইটৰ উত্তৰত মাত্ৰ এবছৰত অ'ডিএফ+ গাঁৱৰ সংখ্যা প্ৰায় পাঁচগুণ বৃদ্ধি পাইছে বুলি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে:
"আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, লাক্ষাদ্বীপ, দাদৰা আৰু নগৰ হাভেলীৰ লগতে দমন আৰু ডিউৰ লোকসকলৰ বাবে গৌৰৱান্বিত অনুভৱ কৰিছো। তেওঁলোকে এক পৰিষ্কাৰ ভাৰত গঢ়ি তোলাৰ বাবে উল্লেখনীয় প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰিছে।"
****
DS/MM
(ৰিলিজ আই ডি : 1912979)
অতিথি কক্ষ : 185
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam