প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বিলাসপুৰত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাক লৈ সন্তোষ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 30 MAR 2023 11:13AM by PIB Guwahati

চত্তীশগড়ৰ বিলাসপুৰত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাক লৈ সন্তোষ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

অৰুণ চাওৰ এটা টুইটৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;

"চত্তীশগড়ৰ বিলাসপুৰৰ এইসকল লোকৰ সুখত সমগ্ৰ দেশবাসী আজি সুখী। প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ এই ধৰণৰ সাফল্য খুবেই উৎসাহব্যঞ্জক।"

*************************

DS/SH/KG


(रिलीज़ आईडी: 1912486) आगंतुक पटल : 151
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam