প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পূন্য তিথিত শ্ৰী শ্যামজী কৃষ্ণ বাৰ্মাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 30 MAR 2023 9:45AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পূন্য তিথি উপলক্ষে শ্ৰী শ্যামজী কৃষ্ণ বাৰ্মাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়,

“পূন্য তিথিত শ্ৰী শ্যামজী কৃষ্ণ বাৰ্মাৰ প্ৰতি মই শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো৷ এগৰাকী সমৰ্পিত ৰাষ্ট্ৰবাদী তথা সাহসী ব্যক্তিত্বৰ অধিকাৰী বাৰ্মাজীয়ে অন্যায় আৰু ঔপনিবেশিক শাসনৰ বিৰুদ্ধে ভাৰতৰ যুঁজৰ অগ্ৰণী আছিল৷ তেওঁৰ আদৰ্শন প্ৰতি অনুপ্ৰাণিত হৈ আমি আমাৰ মহান ৰাষ্ট্ৰ জনতাৰ বাবে কাম কৰি যাম৷”

***

DS/AK/DB


(रिलीज़ आईडी: 1912169) आगंतुक पटल : 154
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , English , Urdu , हिन्दी , Marathi , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam