প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
অসামৰিক সন্মান প্ৰদান অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ
प्रविष्टि तिथि:
22 MAR 2023 9:55PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত অসামৰিক সন্মান প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰে।
এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে:
"ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত অসামৰিক সন্মান প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰিছিলো য'ত পদ্ম সন্মানসমূহ প্ৰদান কৰা হৈছিল। বিভিন্ন ক্ষেত্ৰত উৎকৃষ্ট সফলতা আহৰণ কৰি নিজকে বিশিষ্ট হিচাপে প্ৰতিষ্ঠা কৰাৰ লগতে ৰাষ্ট্ৰীয় প্ৰগতিত অৰিহণা যোগোৱাসকলৰ মাজত উপস্থিত থকাটো নিতান্তই অনুপ্ৰেৰণাদায়ক।"
***
DS/AK/KB
(रिलीज़ आईडी: 1909819)
आगंतुक पटल : 171
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam