প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

উগাদি উপলক্ষে শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

Posted On: 22 MAR 2023 10:49AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উগাদি উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;

"সকলোকে উগাদিৰ শুভেচ্ছা জনাইছোঁ!"

*************************

DS/TS/KG



(Release ID: 1909815) Visitor Counter : 103