প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীৰ চাজিবু চেৰোবাৰ শুভেচ্ছা জ্ঞাপন
পোষ্ট কৰা হৈছে:
22 MAR 2023 10:57AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চাজিবু চেৰোবা উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;
“চাজিবু চেৰোবাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আগন্তুক বৰ্ষৰ মংগল কামনাৰে।”
***
DS/TS/SB
(ৰিলিজ আই ডি : 1909752)
অতিথি কক্ষ : 141
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam