প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বিহাৰ দিৱসত বিহাৰৰ জনসাধাৰণক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

प्रविष्टि तिथि: 22 MAR 2023 8:42AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰ দিৱসত বিহাৰৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয় যে বিহাৰ ইয়াৰ সমৃদ্ধিশালী ইতিহাস আৰু জীৱন্ত সংস্কৃতিৰ বাবে বিখ্যাত। বিহাৰৰ জনসাধাৰণে, জাতীয় জীৱনৰ সকলো ক্ষেত্ৰলৈ যি অৰিহণা যোগাই আছে, তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু সংকল্পৰ জৰিয়তে এক বিশেষ পৰিচয় গঢ়ি তুলিছে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে:

"বিহাৰ দিৱসত ৰাজ্যখনৰ আমাৰ সকলো ভাতৃ-ভগ্নীক বহুত বহুত অভিনন্দন! নিজৰ সমৃদ্ধ ইতিহাস আৰু জীৱন্ত সংস্কৃতিৰ বাবে প্ৰসিদ্ধ বিহাৰৰ জনসাধাৰণে দেশৰ বিকাশৰ বাবে প্ৰতিটো ক্ষেত্ৰত অতুলনীয় যোগদান দি আছে। নিজৰ সংকল্প আৰু কঠোৰ পৰিশ্ৰমেৰে তেওঁলোকে এক বিশেষ পৰিচয় গঢ়ি তুলিছে।"

**********

DS/AK


(रिलीज़ आईडी: 1909421) आगंतुक पटल : 143
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam