প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি শ্ৰী এম. ভেংকায়া নাইডুৰ দ্বাৰা আয়োজিত উগাড়ী উদযাপন অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী

Posted On: 21 MAR 2023 9:41AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি শ্ৰী এম. ভেংকায়া নাইডুৰ দ্বাৰা আয়োজিত উগাড়ী উদযাপন অনুষ্ঠানত উপস্থিত থাকে৷

প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি শ্ৰী এম. ভেংকায়া নাইডুৰ টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়,

“প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি শ্ৰী এম. ভেংকায়া নাইডুৰ দ্বাৰা আয়োজিত উগাড়ী উদযাপন অনুষ্ঠানত উপস্থিত থাকি আনন্দিত অনুভৱ কৰিলো৷ কেইবা দশক ধৰি তেওঁক চিনি পোৱাৰ বাবে মই তেওঁৰ সংস্কৃতিৰ প্ৰতি থকা আকৰ্ষণ আৰু গুৰুত্বপূৰ্ণ উৎসৱ-পাৰ্বনবোৰ যি উদ্যমেৰে পালন কৰে, সেয়া মই দেখি আহিছো৷”

***

DS/SH/DB



(Release ID: 1909083) Visitor Counter : 109