প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শ্ৰী আয়া বৈকুণ্ড স্বামীকালৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 12 MAR 2023 2:31PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী আয়া বৈকুণ্ড স্বামীকালৰ জন্মজয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এক টুইটযোগে কয়:

"শ্ৰী আয়া বৈকুণ্ড স্বামীকালৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁ নিজকে আনৰ সেৱা আৰু এক সামগ্ৰিক আৰু ন্যায়সঙ্গত সমাজ ৰক্ষা ৰখাৰ বাবে সমৰ্পিত কৰিছিল। তেওঁ দলিতসকলক শক্তিশালী কৰিবলৈ বহুতো প্ৰচেষ্টা কৰিছিল। তেওঁৰ চিন্তাই প্ৰজন্মৰ পৰা প্ৰজন্মলৈকে মানুহক অনুপ্ৰাণিত কৰি থাকিব। "

***

DS/ST


(ৰিলিজ আই ডি : 1907891) অতিথি কক্ষ : 179