প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নকিয়াৰ প্ৰেছিডেণ্ট আৰু মুখ্য কাৰ্যবাহী বিষয়াৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ
प्रविष्टि तिथि:
13 MAR 2023 10:55PM by PIB Guwahati
নকিয়াৰ প্ৰেছিডেণ্ট আৰু মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী পেক্কা লুণ্ডমাৰ্কে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়ঃ
"শ্ৰীযুত @PekkaLundmark-ৰ সৈতে এক ফলপ্ৰসূ বৈঠক সম্পন্ন হ’ল। বৈঠকত আমি সমাজৰ কল্যাণৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰক লৈ আলোচনা কৰিছোঁ। বৈঠকত পৰৱৰ্তী প্ৰজন্মৰ ডিজিটেল আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত ভাৰতৰ পদক্ষেপৰ বিষয়েও আলোচনা হয়।"
*************************
DS /KG
(रिलीज़ आईडी: 1907079)
आगंतुक पटल : 149
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam