প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

আমি পূৰ্ণ শক্তিৰে কাম কৰি যাম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিম: প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 06 MAR 2023 8:22PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সম্পূৰ্ণ শক্তিৰে কাম কৰি যোৱাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰি যোৱাৰ প্ৰতিশ্ৰুতি দোহাৰে।

অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীৰ অৱদান আৰু উত্তৰ-পূবৰ সৈতে বৰ্তাই ৰখা সম্পৰ্কৰ বিষয়ে বৰ্ণনা কৰা এলানি ‘টুইট’ৰ প্ৰতি সঁহাৰি জনাই শ্ৰী মোদীয়ে ‘টুইট’ কৰে:

"আমি সম্পূৰ্ণ শক্তিৰে কাম কৰি যাম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিম।"

****

DS/KB


(रिलीज़ आईडी: 1905213) आगंतुक पटल : 137
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam