প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্বিলঙত শপত গ্ৰহণ অনুষ্ঠানত অংশ গ্ৰহণ কৰে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
07 MAR 2023 2:06PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মেঘালয়ৰ মুখ্যমন্ত্ৰী শ্ৰী কনৰাড কে চাংমা আৰু তেওঁৰ মন্ত্ৰীদলৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। শ্ৰী মোদীয়ে আজি শপত গ্ৰহণ কৰা প্ৰতিগৰাকী বিধায়ককে অভিনন্দন জনাইছে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"শ্ৰী @SangmaConradজী আৰু তেওঁৰ মন্ত্ৰীদলৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছিলোঁ। যিসকলে শপত গ্ৰহণ কৰিলে তেওঁলোকক অভিনন্দন জনাইছোঁ। মেঘালয়ক বিকাশৰ নতুন উচ্চতালৈ লৈ যোৱাৰ প্ৰয়াসৰ বাবে তেওঁলোকক শুভেচ্ছা জনাইছোঁ।"
*************************
DS /ST/KG
(रिलीज़ आईडी: 1905033)
आगंतुक पटल : 152
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam