প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে বুৰহানপুৰ, মধ্যপ্ৰদেশৰ খড়কী গাঁৱৰ আত্মসহায়ক গোটৰ মহিলাৰ দ্বাৰা ঘৰে ঘৰে নলেৰে খোৱাপানী যোগান সুনিশ্চিত কৰাৰ পদক্ষেপৰ প্ৰশংসা কৰে
পোষ্ট কৰা হৈছে:
05 MAR 2023 9:24AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশৰ বুৰহানপুৰ জিলাৰ খড়কী গাঁৱৰ আত্মসহায়ক গোটৰ মহিলাসকলৰ দ্বাৰা ঘৰে ঘৰে নলেৰে খোৱাপানী যোগান সুনিশ্চিত কৰাৰ প্ৰয়াসৰ প্ৰশংসা কৰিছে। শ্ৰী মোদীয়ে ইয়াক সমগ্ৰ দেশৰ বাবে উদাহৰণ বুলি কয়।
কেন্দ্ৰীয় জল শক্তি ৰাজ্য মন্ত্ৰী শ্ৰী প্ৰহ্লাদ সিংহ পেটেলৰ এটা টুইটৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"বুৰহানপুৰত নাৰী শক্তিৰ এই প্ৰয়াস সমগ্ৰ দেশৰ বাবে এটা উদাহৰণ।"
**********
DS/ST
(ৰিলিজ আই ডি : 1904530)
অতিথি কক্ষ : 202
ত এই ৰিলিজটো পঢ়ক:
Kannada
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam