প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে জিলাৰ প্ৰতিষ্ঠা দিৱস উদযাপনৰ অভিনৱ উপায়ৰ প্ৰশংসা কৰে
प्रविष्टि तिथि:
25 FEB 2023 9:49PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেহৰি গড়ৱাল ডেৰাডুনৰ সাংসদ মালা ৰাজ্য লক্ষ্মী শ্বাহে তেহৰি গড়ৱাল সমষ্টিৰ উত্তৰকাশী জিলাৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰাৰ প্ৰশংসা কৰে।
তেহৰি গড়ৱালৰ পৰা সাংসদ সদস্যই কৰা টুইট থ্ৰেডৰ সঁহাৰি দি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"নিজৰ জিলাৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰিবলৈ এয়া এক মহান পদক্ষেপ! এনে ধৰণৰ প্ৰচেষ্টাই বিভিন্ন ক্ষেত্ৰৰ বিষয়ে জানিবলৈ মানুহৰ কৌতূহল বৃদ্ধি কৰিব। "
***
DS/ST/MM
(रिलीज़ आईडी: 1902735)
आगंतुक पटल : 180
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada