প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ঘৰচিৰিকা চৰাই সংৰক্ষণৰ প্ৰচেষ্টাক প্ৰশংসা কৰে
प्रविष्टि तिथि:
19 FEB 2023 9:54AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যসভাৰ সদস্য শ্ৰী ব্ৰজলালৰ ঘৰত ঘৰচিৰিকা চৰাই সংৰক্ষণৰ প্ৰচেষ্টাক প্ৰশংসা কৰে।
ৰাজ্যসভাৰ সদস্যগৰাকীয়ে কৰা টুইটৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"খুব ভাল! আপোনাৰ প্ৰচেষ্টাই সকলোকে অনুপ্ৰাণিত কৰিব। "
******
DS/ST
(रिलीज़ आईडी: 1901150)
आगंतुक पटल : 136
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam