প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে পাৰ্ছনেল এণ্ড ট্ৰেইনিং বিভাগৰ দ্বাৰা আয়োজিত চিন্তন শিবিৰত অংশগ্ৰহণ কৰে
प्रविष्टि तिथि:
18 FEB 2023 10:09PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পাৰ্ছনেল এণ্ড ট্ৰেইনিং বিভাগৰ বিভাগৰ দ্বাৰা আয়োজিত চিন্তন শিবিৰত অংশগ্ৰহণ কৰে।
প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰেঃ
"@DoPTGoI দ্বাৰা আয়োজিত চিন্তন শিবিৰত অংশগ্ৰহণ কৰোঁ। বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰোঁ আৰু বিভাগটোত সমন্বয় আৰু দক্ষতা অধিক উন্নত কৰাৰ উপায়ৰ ওপৰত আলোকপাত কৰোঁ।"
***
DS/AK /KG
(रिलीज़ आईडी: 1900908)
आगंतुक पटल : 169
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam