প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মহা শিৱৰাত্ৰি উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
18 FEB 2023 9:22AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহা শিৱৰাত্ৰি উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে৷
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,
“মহা শিৱৰাত্ৰিৰ বিশেষ পৰ্ব উপলক্ষে সকলোকে শুভেচ্ছা জনাইছো৷
হৰ হৰ মহাদেৱ!”
***
DS/SH/DB
(ৰিলিজ আই ডি : 1900906)
অতিথি কক্ষ : 118
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam