প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সজীৱ তামিল সংস্কৃতি বিশ্বজুৰি জনপ্ৰিয়: প্ৰধানমন্ত্ৰী
Posted On:
13 FEB 2023 9:18AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী এইচ ই লি ছিয়েন লুঙৰ টুইটৰ উত্তৰ দিছে। ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ টুইটযোগে জনাইছিল যে তেওঁ এ এম কে, কেবুন বাৰু আৰু ৱাই চি কেৰ বাসিন্দাসকলৰ সৈতে পলমকৈ পোংগল উদযাপন কৰে।
এই টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;
"আপোনাক এইদৰে দেখি ভাল লাগিল।" সজীৱ তামিল সংস্কৃতি বিশ্বজুৰি জনপ্ৰিয়।"
***
DS/ST
(Release ID: 1900892)
Read this release in:
Kannada
,
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam