প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মহাশিৱৰাত্ৰিত কাশীৰ ফটো শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 18 FEB 2023 10:06PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাশীত মহাশিৱৰাত্ৰি উদযাপনৰ একাংশ ফটো শ্বেয়াৰ কৰি টুইট কৰে -

" পৱিত্ৰ মহাশিৱৰাত্ৰি উপলক্ষে কাশী শিৱ ভক্তিত নিমজ্জিত হৈ আছে... জয় বাবা বিশ্বনাথ!"

***

DS/ST


(ৰিলিজ আই ডি : 1900868) অতিথি কক্ষ : 135