প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে অৰুণাচল প্ৰদেশৰ লোকসকলক তেওঁলোকৰ ৰাজ্যিক দিৱসত শুভেচ্ছা জ্ঞাপন কৰে

प्रविष्टि तिथि: 20 FEB 2023 9:09AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে অৰুণাচল প্ৰদেশৰ জনসাধাৰণক তেওঁলোকৰ ৰাজ্যিক দিৱসত শুভেচ্ছা জ্ঞাপন কৰিছে।

এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;

“গতিশীলতা আৰু দেশপ্ৰেমৰ বাবে পৰিচিত ৰাজ্য অৰুণাচল প্ৰদেশৰ জনসাধাৰণলৈ ৰাজ্যিক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ৰাজ্যখনৰ জনসাধাৰণে বহু ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিত অৰিহণা যোগাইছে। মই প্ৰাৰ্থনা কৰোঁ যে অনাগত বছৰবোৰত অৰুণাচল প্ৰদেশে প্ৰগতিৰ নতুন উচ্চতা স্পৰ্শ কৰি যাওক।”

***

DS/ST/MS


(रिलीज़ आईडी: 1900865) आगंतुक पटल : 142
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam