প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ছত্ৰপতি শিৱাজী মহাৰাজৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 19 FEB 2023 9:19AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছত্ৰপতি শিৱাজী মহাৰাজৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,

“জয়ন্তী উপলক্ষে ছত্ৰপতি শিৱাজী মহাৰাজৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো৷ সু-শাসনক লৈ তেওঁৰ সাহস আৰু গুৰুত্বই আমাক অনুপ্ৰাণিত কৰে৷”

***

DS/TS/DB


(रिलीज़ आईडी: 1900628) आगंतुक पटल : 196
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam