প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

তুৰস্কৰ জনসাধাৰণৰ কাষত দৃঢ়তাৰে থিয় দিছে ভাৰতে: প্ৰধানমন্ত্ৰী

Posted On: 10 FEB 2023 7:35PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতে 'অপাৰেশ্যন দোস্ত'ৰ জৰিয়তে সৰ্বাধিক সংখ্যক জীৱন ৰক্ষাৰ প্ৰয়াস অব্যাহত ৰাখিব।

তুৰস্কত ভাৰতীয় দলে পালন কৰি থকা ভূমিকা সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা এটা ‘টুইট’-ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে:

"আমাৰ দলকেইটাই 'অপাৰেশ্যন দোস্ত'ৰ অংশ হিচাপে দিনে-ৰাতিয়ে কাম কৰি আছে। সৰ্বাধিক সংখ্যক জীৱন আৰু সা-সম্পত্তি ৰক্ষা কৰাটো নিশ্চিত কৰিবলৈ তেওঁলোকে সৰ্বশ্ৰেষ্ঠ প্ৰয়াস অব্যাহত ৰাখিব। এই সংকটৰ সময়ত, ভাৰতে তুৰস্কৰ জনসাধাৰণৰ কাষত দৃঢ়তাৰে থিয় দিছে।"

https://t.co/FJT9ve4TYj

— Narendra Modi (@narendramodi) February 10, 2023

***

DS/AK/KB

(Release ID: 1898710) Visitor Counter : 83