প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কাশীত চলোৱা সুস্থ দৃষ্টিশক্তি সম্পৰ্কীয় অভিযানক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

प्रविष्टि तिथि: 03 FEB 2023 9:26AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 'স্বস্ত দৃষ্টি স্মৃদ্ধ কাশী' অভিযানৰ সৈতে জড়িত সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ মনসুখ মাণ্ডৱীয়াৰ এক টুইটৰ প্ৰতি সঁহাৰি জনাই প্ৰেৰণ কৰা টুইটত কয়:

“এই অভিযানত অংশগ্ৰহণ কৰা কাশীৰ মোৰ ভাই-ভনীসকলক আন্তিৰক শুভকামনা জ্ঞাপন কৰিছো। আপোনালোকৰ আৰোগ্যপূৰ্ণ জীৱনে কাশীৰ বিকাশৰ ক্ষেত্ৰত নতুন শক্তি প্ৰদান কৰিব”।

 

***

DS/KB


(रिलीज़ आईडी: 1897258) आगंतुक पटल : 162
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , English , Urdu , Marathi , हिन्दी , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam