প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে গান্ধী স্মৃতিত প্ৰাৰ্থনা সভাত অংশ গ্ৰহণ কৰে

পোষ্ট কৰা হৈছে: 30 JAN 2023 7:52PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ গান্ধী স্মৃতিৰ এক প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

"আজি গান্ধী স্মৃতিৰ এক প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰোঁ।"

***

DS/ST/MM


(ৰিলিজ আই ডি : 1895672) অতিথি কক্ষ : 149