প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰতীয় ৰপ্তানিকাৰীৰদ্বাৰা ভাৰত-ইউএইসৰ্বাংগীন অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি(চিই পি এ)ব্যৱহাৰক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
31 JAN 2023 6:53PM by PIB Guwahati
ভাৰত-ইউ এ ইৰ সৰ্বাংগীন অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি (চিইপা) ভাৰতীয় ৰপ্তানিকাৰকসকলে ব্যৱহাৰ কৰা কাৰ্যক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰিছে।
কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পিয়ুষ গোৱালৰ এটা টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;“ভাৰতীয় উদ্যোগৰ বাবে এক ডাঙৰ লক্ষণ, ই ভাৰতীয় সামগ্ৰীক বিশ্বজুৰি জনপ্ৰিয় কৰি তুলিব।”
***
DS/TS/MS
(ৰিলিজ আই ডি : 1895665)
অতিথি কক্ষ : 168
ত এই ৰিলিজটো পঢ়ক:
Bengali
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam