প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ওড়িশা চৰকাৰৰ মন্ত্ৰী শ্ৰী নৱ কিশোৰ দাসৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক
পোষ্ট কৰা হৈছে:
29 JAN 2023 9:55PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশা চৰকাৰৰ মন্ত্ৰী শ্ৰী নৱ কিশোৰ দাসৰ বিয়োগ গভীৰ শোক প্ৰকাশ কৰিছে৷
প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়;
“ওড়িশা চৰকাৰৰ মন্ত্ৰী শ্ৰী নৱ কিশোৰ দাসৰ দুৰ্ভাগ্যজনক বিয়োগত মৰ্মাহত হৈছো৷ এই দুখৰ মুহূৰ্তত তেওঁৰ পৰিয়ালৰ প্ৰতি শোক প্ৰকাশ কৰিছো৷ ঔম শান্তি”৷
***
DS/ST/DB
(ৰিলিজ আই ডি : 1894673)
অতিথি কক্ষ : 170
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam