পোষ্ট কৰা হৈছে:
26 JAN 2023 2:06PM by PIB Guwahati
‘বসন্ত পঞ্চমী’ আৰু ‘সৰস্বতী পূজা’ উপলক্ষে জনসাধাৰণলৈ শুভকামনা জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এক ‘টুইট’ত প্ৰধানমন্ত্ৰীয়ে কয়;
“বসন্ত পঞ্চমী আৰু সৰস্বতী পূজাৰ এই শুভ উপলক্ষত প্ৰতিগৰাকী ব্যক্তিৰ জীৱনত নতুন শক্তি আৰু উত্সাহ সঞ্চাৰিত হওক। আই বিদ্যাদায়িনীৰ বন্দনাৰে জড়িত এই পবিত্ৰ পৰ্বত আপোনালোক আটাইলৈকে আন্তৰিক শুভকামনা যাঁচিলো”।
***
DS/ST/KB