প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

‘কৰ্তব্যপথ’ত ‘এষ্ট্ৰো নাইট স্কাই টুৰিজম’ অনুষ্ঠিত কৰাৰ বাবে দিল্লীৰ ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰক শলাগ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 10 JAN 2023 10:32PM by PIB Guwahati

কাৰ্তাব্যপথত ‘এষ্ট্ৰো নাইট স্কাই টুৰিজম’ আয়োজনৰ বাবে ‘ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰ, দিল্লী’ৰ প্ৰচেষ্টাক শলাগিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰ দিল্লীৰ এটা ‘টুইট’ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়;

"আমাৰ যুৱপ্ৰজন্মৰ মাজত মহাকাশ আৰু জ্যোতিৰ্বিজ্ঞানৰ প্ৰতি কৌতূহল উজ্জীৱিত কৰাৰ এয়া আকৰ্ষণীয় প্ৰয়াস।"

আমাৰ যুৱক-যুৱতীসকলৰ মাজত মহাকাশ আৰু জ্যোতিৰ্বিজ্ঞানৰ প্ৰতি কৌতূহল উজ্জীৱিত কৰাৰ এয়া আকৰ্ষণীয় প্ৰয়াস।

https://t.co/jeOZiq0QVV

— Narendra Modi (@narendramodi) January 10, 2023

 

***

DS/ST/KB


(रिलीज़ आईडी: 1890560) आगंतुक पटल : 115
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam