প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নতুন দিল্লীত অনুষ্ঠিত মুখ্য সচিবসকলৰ সন্মিলনত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ
प्रविष्टि तिथि:
06 JAN 2023 5:21PM by PIB Guwahati
নতুন দিল্লীত অনুষ্ঠিত মুখ্য সচিবসকলৰ সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰে। শ্ৰী মোদীয়ে কয় যে গুৰুত্বপূৰ্ণ নীতি সম্পৰ্কীয় বিষয়সমূহৰ সন্দৰ্ভত মত বিনিময় কৰাৰ লগতে ভাৰতক নতুন শিখৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত দলগত মনোভাৱ শক্তিশালী কৰি তোলাৰ বাবে এইখন হৈছে এক আশ্চৰ্যকৰ মঞ্চ।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
"মুখ্য সচিবসকলৰ সন্মিলনত অংশগ্ৰহণ কৰিছো। গুৰুত্বপূৰ্ণ নীতি সম্পৰ্কীয় বিষয়সমূহৰ সন্দৰ্ভত মত বিনিময় কৰা আৰু ভাৰতক নতুন শিখৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত দলগত মনোভাৱ শক্তিশালী কৰাৰ বাবে এইখন হৈছে এক আশ্চৰ্যকৰ মঞ্চ।"
***
DS/ST/KB
(रिलीज़ आईडी: 1889375)
आगंतुक पटल : 177
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam