প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
১.৫ লাখ সুস্থতা কেন্দ্ৰ স্থাপনৰ লক্ষ্য প্ৰাপ্তিৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
29 DEC 2022 8:54PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ১.৫ লাখ আয়ুষ্মান ভাৰত- স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰৰ লক্ষ্য প্ৰাপ্তিৰ ফলত নতুন ভাৰতত নতুন শক্তি ৰক্ষা হ'ব। তেওঁ কয় যে ভাৰতৰ সমৃদ্ধি স্বাস্থ্যৱান নাগৰিকৰ ওপৰত নিহিত আছে।
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ মনসুখ মাণ্ডৱিয়াৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰে:
"ভাৰতৰ সমৃদ্ধি স্বাস্থ্যৱান নাগৰিকৰ ওপৰত নিহিত আছে। ৰেকৰ্ড সংখ্যাত নিৰ্মিত এই স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰবোৰে এই দিশত এক ডাঙৰ ভূমিকা পালন কৰিব। এই সাফল্যই নতুন ভাৰতত এক নতুন শক্তি প্ৰদান কৰিবলৈ গৈ আছে। "
***
DS/AK
(रिलीज़ आईडी: 1888023)
आगंतुक पटल : 160
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
Marathi
,
Tamil
,
Malayalam
,
Odia
,
English
,
Urdu
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Telugu