প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে পশ্চিম বংগত আজিৰ অনুসূচীত অনুষ্ঠানত অংশগ্ৰহণ কৰিব

Posted On: 30 DEC 2022 9:03AM by PIB Guwahati

আজি পশ্চিম বংগ ভ্ৰমণৰ কথা থকা প্ৰধানমন্ত্ৰীগৰাকীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে পশ্চিম বংগত অনুসূচীত অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এটা টুইটযোগে কয়:

"প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে পশ্চিম বংগত আজিৰ অনুসূচীত অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই কাৰ্যসূচীসমূহৰ ভিতৰত আছে যোগাযোগ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ প্ৰকল্পৰ শুভাৰম্ভ আৰু ৰাষ্ট্ৰীয় গংগা পৰিষদৰ এখন বৈঠক। "

প্ৰধানমন্ত্ৰীৰ মাতৃৰ আজি ৰাতিপুৱা আহমেদাবাদত মৃত্যু হয়।

***

DS/AK



(Release ID: 1888004) Visitor Counter : 99