প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
গুগলৰ চিইঅ' সুন্দৰ পিচাইক প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ
পোষ্ট কৰা হৈছে:
19 DEC 2022 8:33PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুগলৰ চিইঅ' শ্ৰী সুন্দৰ পিচাইক সাক্ষাৎ কৰে আৰু অন্যান্য বিষয়ৰ লগতে উদ্ভাৱন আৰু প্ৰযুক্তি সম্পৰ্কে আলোচনা কৰে।
সুন্দৰ পিচাইৰ এটা টুইটৰ প্ৰতিক্ৰিয়া কৰি, প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"সুন্দৰ পিচাই আপোনাক লগ পাই আৰু উদ্ভাৱন, প্ৰযুক্তি আৰু অন্যান্য বিষয়ত আলোচনা কৰি আনন্দিত। মানৱীয় সমৃদ্ধি আৰু দীৰ্ঘস্থায়ী বিকাশৰ বাবে প্ৰযুক্তিক ব্যৱহাৰ কৰিবলৈ পৃথিৱীয়ে একেলগে কাম কৰি যোৱাটো গুৰুত্বপূৰ্ণ।"
***
DS/TS
(ৰিলিজ আই ডি : 1885111)
অতিথি কক্ষ : 192
ত এই ৰিলিজটো পঢ়ক:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam