পোষ্ট কৰা হৈছে:
04 DEC 2022 10:09AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৌ সেনা দিৱসত সকলো নৌ সেনাৰ জোৱান আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক শুভেচ্ছা জ্ঞাপন কৰে৷
এট টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,
“নৌ সেনা দিৱসত সকলো নৌ সেনাৰ জোৱান আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক শুভেচ্ছা জ্ঞাপন কৰিছো৷ আমি আমাৰ চহকী সামূদ্ৰিক ইতিহাসক লৈ গৌৰৱান্বিত৷ ভাৰতীয় নৌ সেনাই আমাৰ দেশখনক দৃঢ়তাৰে সুৰক্ষিত কৰি ৰাখিছে আৰু প্ৰত্যাহ্বানমূলক সময়ত নিজৰ মানৱীয় মনোভাৱেৰে নিজকে পৃথক কৰি তুলিছে৷”
***
DS/SH/DB