প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নৌ সেনা দিৱসত ভাৰতীয় নৌ সেনাক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
Posted On:
04 DEC 2022 10:09AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৌ সেনা দিৱসত সকলো নৌ সেনাৰ জোৱান আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক শুভেচ্ছা জ্ঞাপন কৰে৷
এট টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,
“নৌ সেনা দিৱসত সকলো নৌ সেনাৰ জোৱান আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক শুভেচ্ছা জ্ঞাপন কৰিছো৷ আমি আমাৰ চহকী সামূদ্ৰিক ইতিহাসক লৈ গৌৰৱান্বিত৷ ভাৰতীয় নৌ সেনাই আমাৰ দেশখনক দৃঢ়তাৰে সুৰক্ষিত কৰি ৰাখিছে আৰু প্ৰত্যাহ্বানমূলক সময়ত নিজৰ মানৱীয় মনোভাৱেৰে নিজকে পৃথক কৰি তুলিছে৷”
***
DS/SH/DB
(Release ID: 1881671)
Visitor Counter : 126
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam