প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে শ্ৰী প্ৰমুখ স্বামী মহাৰাজজীৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
পোষ্ট কৰা হৈছে:
01 DEC 2022 1:40PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৰম পূজ্য প্ৰমুখ স্বামী মহাৰাজজীৰ জন্মজয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
বিএপিএছ স্বামীনাৰায়ণ সংস্থানৰ এটা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"শ্ৰী প্ৰমুখ স্বামী মহাৰাজজীৰ জন্ম জয়ন্তীত মই তেওঁৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। মই নিজকে ধন্য বুলি বিবেচনা কৰোঁ যে মই বহুসময়ত তেওঁৰ সৈতে বাৰ্তালাপ কৰাৰ সুযোগ পাইছিলো আৰু তেওঁৰ পৰা যথেষ্ট মৰমপাইছিলো। সমাজৰ প্ৰতি তেওঁৰ আশ্চৰ্যজনক অগ্ৰণী সেৱাৰ বাবে তেওঁ সমগ্ৰ বিশ্বতে প্ৰশংসিত।"
***
DS/ST
(ৰিলিজ আই ডি : 1880897)
অতিথি কক্ষ : 164
ত এই ৰিলিজটো পঢ়ক:
Malayalam
,
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu