প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আমাক সংবিধান প্ৰদান কৰা মহান ব্যক্তিসকললৈ শ্ৰদ্ধা নিবেদন কৰিলোঃ প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
26 NOV 2022 12:16PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আমাক সংবিধান প্ৰদান কৰা মহান ব্যক্তিসকললৈ শ্ৰদ্ধা নিবেদনেৰে ৰাষ্ট্ৰখনৰ প্ৰতি তেওঁলোকৰ দৃষ্টি পৰিপূৰণৰ অংগীকাৰৰ কথা পুনৰবাৰ উল্লেখ কৰে।
এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"আজি সংবিধান দিৱসৰ দিনা আমাক সংবিধান প্ৰদান কৰা মহান ব্যক্তিসকললৈ শ্ৰদ্ধা নিবেদন কৰিলো আৰু আমাৰ ৰাষ্ট্ৰখনৰ প্ৰতি তেওঁলোকৰ দৃষ্টি পৰিপূৰণৰ অংগীকাৰক দোহাৰিছো।"
***
DS/SH/SB
(रिलीज़ आईडी: 1879449)
आगंतुक पटल : 140
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam