প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ঝাৰখণ্ডৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
15 NOV 2022 11:30AM by PIB Guwahati
ঝাৰখণ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যবাসীক শুভেচ্ছা জনাইছে। তেখেতে ৰাজ্যখনে যেন প্ৰগতিৰ নতুন শিখৰত আৰোহণ কৰে, তাৰেই কামনা কৰিছে।
এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ
“ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষে সকলো ঝাৰখণ্ডবাসীকে অযুত শুভেচ্ছা জনালো। প্ৰাকৃতিক সম্পদ আৰু জনজাতীয় কলা-সংস্কৃতিৰে সমৃদ্ধ এই ৰাজ্যখনে যেন প্ৰগতিৰ নতুন শিখৰত আৰোহণ কৰে, মই তাৰেই কামনা কৰিলো।”
***
DS/AK/SB
(रिलीज़ आईडी: 1876388)
आगंतुक पटल : 133
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam