প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰাৰ বাবে ড০ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ক অভিনন্দন জনায়

प्रविष्टि तिथि: 09 NOV 2022 2:31PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰাৰ বাবে ড০ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

"ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰাৰ বাবে ড০ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ক অভিনন্দন জনাইছো। এক ফলপ্ৰসূ কাৰ্যকালৰ বাবে মই তেওঁক শুভেচ্ছা জনাইছো।"

***

DS/ST/MS


(रिलीज़ आईडी: 1875217) आगंतुक पटल : 155
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada