প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কাশীত দেৱ দেৱালী উদযাপনৰ অভিজ্ঞতা ভাগ বতৰা কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
प्रविष्टि तिथि:
07 NOV 2022 10:03PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাশীত দেৱ দেৱালী উদযাপনৰ সুন্দৰ আভাস দাঙি ধৰিছে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"কাশীৰ আশ্চৰ্যকৰ আৰু অতিপ্ৰাকৃতিক দেৱ দীপাৱলী অপ্রতিৰোধ্য! এই প্ৰাচীন আৰু পবিত্ৰ চহৰখনত উদযাপিত উৎসৱৰ কিছু আভাস..."
"দেৱ দেৱালী বিশেষ আৰু কাশীত দেৱ দেৱালী আৰু অধিক স্মৰণীয় হৈ ৰ’ল। চিৰন্তন চহৰ কাশীৰ এই চমৎকাৰ ছবিবোৰ চাওক..."
***
DS/ST
(रिलीज़ आईडी: 1874709)
आगंतुक पटल : 149
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam