প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কাৰ্তিক পূৰ্ণিমা আৰু দেৱ দীপাৱলীৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
07 NOV 2022 5:02PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰ্তিক পূৰ্ণিমা আৰু দেৱ দীপাৱলী উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে।
এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়;
"ভাৰতৰ প্ৰাচীন সংস্কৃতি, আধ্যাত্মিকতা আৰু পৰম্পৰাৰ প্ৰতীক কাৰ্তিক পূৰ্ণিমা আৰু দেৱ দীপাৱালীৰ আন্তৰিক শুভেচ্ছা জনালো। পৱিত্ৰ স্নান আৰু প্ৰদীপেৰে সম্পৰ্কীয় এই উপলক্ষই সকলোৰে জীৱনলৈ যেন নতুন শক্তিৰ সঞ্চাৰ কৰে, তাৰেই কামনা কৰিলো।"
***
DS/ST/SB
(रिलीज़ आईडी: 1874686)
आगंतुक पटल : 137
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam