প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সীমা দৰ্শনৰ অংশ হিচাপে নাগৰিকসকলক নাদাবেট আৰু আন-আন সীমাঞ্চল ভ্ৰমণেৰে পৰ্যটনক সমৃদ্ধকৰণৰ আহ্বান প্ৰধানমন্ত্ৰীৰ
Posted On:
05 NOV 2022 10:59AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সীমা দৰ্শনৰ অংশ হিচাপে নাগৰিকসকলক নাদাবেট আৰু আন-আন সীমাঞ্চল ভ্ৰমণেৰে পৰ্যটনক সমৃদ্ধকৰণৰ আহ্বান জনাইছে।
ভাৰতৰ পৰ্যটন, সাংস্কৃতিক আৰু উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন দপ্তৰৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীৰ এটি টুইটলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়;
"সীমা দৰ্শন প্ৰকল্পই পৰ্যটন খণ্ডটোত এক নতুন মাত্ৰাৰ সংযোজন কৰিছে। এই প্ৰকল্পই সীমান্তত বসবাস কৰা লোকসকলৰ প্ৰাণোচ্ছলতাক শলাগ লোৱাৰ সুযোগ প্ৰদান কৰিছে।
মই আপোনালোক সকলোকে নাদাবেট আৰু আন-আন সীমাঞ্চল ভ্ৰমণ কৰিবলৈ আহ্বান জনাইছো..."
***
DS/SH/SB
(Release ID: 1874208)
Visitor Counter : 110
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam